SUPER FAST 5G AND ITS IMPACTS | 5G ...ইয়াৰ মিঠা আৰু তিতা সোৱাদবোৰ |
5G:
Cell Phone আৱিষ্কাৰৰ পিছত, প্ৰযুক্তি বিদ্যাৰ গাঠনি আৰু অধিক উন্নতি সাধন হয় আৰু আৱিষ্কাৰক সকলে smart phone ৰ আৱিষ্কাৰ কৰি উলিয়ায়। Smart phone প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতি ৰ লগে লগে , গ্ৰাহক সকলে Multiple Generation of Data Technology ৰ উপভোগ কৰিবলৈ লয়। এইটো প্ৰথমতে 1G সেৱাৰে আৰম্ভ হয় 1980 চনত, তাৰ পিছত 2G সেৱা আৰম্ভ হয় 1991 চনত। ইয়াৰ লগে লগে 3G সেৱাৰ আৰম্ভ হয় 1998 চনত। 3G সেৱাৰ আৱিষ্কাৰে আৰু অধিক উৎসাহী কৰি 4G LTE(Long-Term Evolution) সেৱাৰ আৱিষ্কাৰ হয় 2009 চনত। এতিয়া মানুহৰ অনুসন্ধিৎসু মনে 5G সেৱাৰ উপভোগ ৰ আনন্দ লভিছে। পঞ্চম প্ৰজন্ম অৰ্থাৎ 5G প্ৰযুক্তি বিদ্যা এনেদৰে সজায় উলিওৱা হৈছে যাতে ই Unbelievable and amazing data capacity ৰ যোগান ধৰিব পাৰে। ই Download Speed বৰ্তমান ৰ 56 Mbps ৰ পৰা 490 Mbps অলৈ বঢ়াব পাৰে।
আশা কৰা মতে 2019 ৰ পৰা Qualcomm's ৰ নতুন phone ত 5G ৰ ব্যৱস্থা ৰ কৰা হৈছে Samsung আৰু One plus মোবাইল ফোনত।
5G IN INDIA |

5G |
আশা কৰা মতে 2019 ৰ পৰা Qualcomm's ৰ নতুন phone ত 5G ৰ ব্যৱস্থা ৰ কৰা হৈছে Samsung আৰু One plus মোবাইল ফোনত।
Qualcomm |
5G সেৱাৰ Advantage সমূহ -
1) অত্যাধিক উন্নত সব্বোচ bit ৰ হাৰ।
2) অধিক data volume per unit area .
3) এটা সময়তে আৰু অধিক সোনকালে বহুত device (Connect) সংলগ্ন কৰিবৰ capacity আগবঢ়ায়।
4) অতি কম পৰিমাণৰ battery ব্যৱহৃত হয়।
5) ঠাইৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ইয়াৰ Connectivity Enhanced হয়।
5G সেৱাৰ Disadvantage সমূহ-
Radio frequency ব্যৱহাৰ কৰি ৰেডিঅ', cell tower আৰু কৃএিম উপগ্ৰহ ৰ লগত সম্পৰ্ক স্থাপন কৰা হয়। এই ৰেডিঅ' frequency বোৰ GHz range ত operate হয়। 5G সেৱাই ইয়াৰ data প্ৰেৰণ কৰে 6 GHz range ৰ ভিতৰত। কিন্তু ইয়াত বহুত signal আছে যিবোৰ 6 GHz range ৰ ভিতৰত operate হয়। গতিকে ইয়াত network ৰ ভিৰৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।
5G RADIATION |
👉মানৱ দেহত 5G সেৱাৰ প্ৰভাৱ-
1) ই DNA ৰ একীয় আৰু যুগ্ম সজ্জা ৰ গঠন ভাঙে।
2) ই জাৰণ সম্পৰ্কীয় ( Oxidative damage) ক্ষতি সাধন কৰে।
3) ই বিপাকীয়(Metabolism) ক্ৰিয়া সমুহৰ ক্ষতি সাধন কৰে।
4) মেলাতনিনৰ (Melatonin) পৰিমাণ হ্ৰাস কৰে।
No comments: