INDIAN NAVY RECRUITMENT FOR SAILOR (AA) 2019, ভাৰতীয় নৌ সেনাত Sailor (AA) 2019 ৰ ভর্তিৰ খৱৰ - আমাৰ Post সমুহ

INDIAN NAVY RECRUITMENT FOR SAILOR (AA) 2019, ভাৰতীয় নৌ সেনাত Sailor (AA) 2019 ৰ ভর্তিৰ খৱৰ

2:45 AM
নমস্কাৰ বন্ধুসকল,


ভাৰতীয় নৌ সেনাই Sailor ৰ Artificier Apprentice (AA) -Aug 2019 ৰ batch ৰ বাবে অবিবাহিত পুৰুষ প্ৰাৰ্থী ৰ ভৰ্তিৰ notification খুলি দিছে। যিবোৰ candidate ইয়াত ভৰ্তিৰ বাবে আগ্ৰহী তেওঁলোকৰ বাবে পদবীৰ সবিশেষ ৰ লগতে তাত প্ৰয়োজন হোৱা সকলো ধৰণৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে তলত উল্লেখ কৰা হল আৰু ইয়াৰ জৰিয়তে official website ত online apply কৰিব ও পাৰে তলত গোটেই খিনি দিয়া হল 




★নিৰ্বাচন প্ৰক্ৰিয়া সমূহ :
1.Computer-based Examination
2.Physical Fitness Test (PFT)
3.Medical Examination




★Application fee:

●প্ৰাৰ্থী সমূহে Net Banking নাইবা Visa/ Master/RuPay credit card/ Debit Card/ UPI ৰ জৰিয়তে 205 টকা প্ৰেৰণ কৰিব লাগিৱ।

 ● SC/ST Candidate বোৰে কোনো ধৰণৰ fee দিব নালাগে

★ Important Date সমূহ: 

●Online application ৰ আৰম্ভ হৱ 14-12-2018
●Online application ৰ শেষ সময় 30-12-2018
●Online Exam ৰ সময় Feb 2019
●Admit card সমূহ available হৱ Jan ৰ শেষৰ ফালে

★ Age limit:

● Candidate জনৰ জন্ম 01-08-1999 ৰ পৰা 31-07-2002 ভিতৰত হোৱা হৱ লাগিৱ( Both date inclusive)

★Education Qualification:

● Candidate জন 10+2 ত Maths & Physics ৰ উপৰি ইয়াৰ যিকোনো এটা Chemistry /Biology / Computer science ত অতিকমেও aggregate হিচাপে 60% নম্বৰ লাভ কৰা হৱ লাগিব। আৰু  Candidate জন 10+2 Govt. Of India নাইবা MHRD ৰ জৰিয়তে recognised Board ৰ পৰা উত্তীৰ্ণ হোৱা হৱ লাগিৱ।


★Post Name:
● Sailor AA - Aug 2019 Batch
● মুঠ পদবী 500 (Approx)

আগ্ৰহী candidate সমূহে Online apply কৰাৰ আগতে এবাৰ Official Notification টো পঢ়ি চাব পাৰে 

★★ Official notification ৰ বাবে তলত click কৰক
●●CLICK HERE

★★ Official website ৰ বাবে তলত click কৰক
●●CLICK HERE

★★ Online apply  ৰ বাবে তলত click কৰক
●●Link available হৱ 14-12-2018
👉👉 সুম্পূর্ণ তথ্যৰ বাবে তলৰ video চাৱ পাৰে। For full information you can watch the video-



INDIAN NAVYAAOnline exam ৰ প্ৰস্তুতিৰ বাবে আপোনালোকে তলৰ LINK অত Click কৰি Online কিতাপ সংগ্ৰহ কৰিব পাৰিব
CLICK HERE

No comments:

Powered by Blogger.