ভাৰতীয় বায়ু সেনাৰ ভৰ্তি ২০১৯; Indian Air force Recruitment Group X & Y 2019 Post online apply
বন্ধুসকল
আজি পুনৰাই লৈ আহিছো আপোনালোকলৈ এক অতি ভাল খবৰ । আপোনালোকে যদি ভাৰতীয় বায়ুসেনাত যোগদানৰ সপোন দেখি আছে তেন্তে সেই সপোন বাস্তৱত ৰূপ দিয়াৰ ই এক সোণালী সুযোগ।
Indian airforce ৰ জৰিয়তে ভাৰতীয় আৰু নেপালী (Indian & Nepalese) অবিবাহিত পুৰুষ প্ৰাৰ্থী বিচৰা হৈছে নিৰ্বাচিত প্ৰাৰ্থী সমূহ Airmen হিচাপে GROUP ‘X’ TRADES (EXCEPT EDUCATION INSTRUCTOR TRADE) আৰু GROUP ‘Y’ TRADES {EXCEPT AUTOMOBILE TECHNICIAN, GROUND TRAINING INSTRUCTOR, INDIAN AIR FORCE (POLICE), INDIAN AIR FORCE (SECURITY) AND MUSICIAN TRADES} join কৰিব পাৰিব : INTAKE: 01/2020
■ ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ
১.অবিবাহিত ভাৰতীয় নাগৰিক(নেপালৰ নাগৰিক ও) পুৰুষ প্ৰাৰ্থী হব লাগিব
২.জন্মৰ তাৰিখ:
প্ৰাৰ্থীজন ১৯ জানুৱাৰী ১৯৯৯ আৰু ০১ জানুৱাৰী ২০০৩ ৰ ভিতৰত জন্ম গ্ৰহণ কৰা হব লাগিব (দুয়োটা date এ অন্তৰ্ভুক্ত)
৩.শিক্ষাগত অৰ্হতা:
◆GROUP ‘X’ TRADES (EXCEPT EDUCATION INSTRUCTOR TRADE):
●১০+২ অত Maths, Physics, আৰু English অত অতি কমেও aggregate ৫০% নম্বৰ লাভ কৰা আৰু ৫০% নম্বৰ english অত পোৱা হব লাগিব
নাইবা
● যিকোনো Engineering ৰ stream ৰ ৩ বছৰীয়া diploma course কৰা প্ৰাৰ্থী সকলে ও কৰিব পাৰিব । তেওঁলোক Government recognised Polytechnic institute ৰ পৰা diploma course complete কৰা হব লাগিব লগতে 50% marks aggregate হিচাপে আৰু 50% marks Englishত পোৱা হব লাগিব (নাইবা Intermediate/Matriculation, যদি হে English বিষয় টো subject হিচাপে Diploma Courseত নাথাকে)
◆Group ‘Y’ {Except Automobile Technician, GTI, IAF (P), IAF(S) and Musician} Trades :
১০+২ যিকোনো streamৰ পৰা পাছ কৰা যিটো
Central / State Education Boards ৰ জৰিয়তে approved কৰা হৱ লাগিব
◆Group ‘Y’ Medical Assistant Trade ৰ বাবে মাত্ৰ:
10+2/Intermediate/ equivalent exam পাছ কৰা হৱ লাগিব লগতে Physics, Chemistry, Biology and Englishত minimum 50% নম্বৰ aggregate হিচাপে আৰু 50% marks Englishত পোৱা হব লাগিব।
■Medical standards:
●Group X আৰু Group Y দুইটাৰ বাবে
★Height: অতিকমেও 152.5 cm
★Chest: অতিকমেও expansion 5 cm
★weight: height আৰু বয়সৰ সমানুপাতিক হৱ লাগিব
★Corneal Surgery (PRK/LASIK) গ্ৰহণ কৰা নহব
No comments: