উজনী অসমৰ বাবে ভাৰতীয় সেনাত যোগ দানৰ সুবিধা Recruitment Rally for upper Assam at Mariani (venue) for 10 upper Assam district
বন্ধু সকল,
■যোৰহাট
অতি প্ৰয়োজনীয় তাৰিখ সমূহ :
আপোনালোকে জানিব পাই বহুত সুখী হব যে ভাৰতীয় সেনাই খুলি দিছে অসমৰ যুৱ চাম ৰ বাবে RECRUITMENT RALLY এইটো সঁচাকৈ এ বহুত ভাল খৱৰ আপোনালোকৰ বাবে । যিসকলে আগৰে পৰা ভাৰতীয় সেনাত যোগ দান কৰিম বুলি ভাবি আছিলে ।
ভাৰতীয় সেনাৰ RECRUITMENT RALLY (উজনি অসমৰ) ২০১৯:
ভাৰতীয় সেনাৰ RECRUITMENT RALLY (উজনি অসমৰ) ২০১৯:
ভাৰতীয় সেনাই ১০ খন নামনি অসমৰ জিলাৰ বাবে সেনা ভৰ্তি ৰেলি ৰ ব্যৱস্থা কৰিছে। সেই কেইখন হৈছে
■যোৰহাট
■মাজুলী
■তিনিচুকীয়া
■ডিব্ৰুগড়
■গোলাঘাট
■শিৱসাগৰ
■চৰাইদেউ
■ধেমাজি
■উত্তৰ লখিমপুৰ
■কাৰ্বি আংলং
এই ভাৰতীয় RALLY ০২ মাৰ্চ ২০১৯ পৰা ০৯ মাৰ্চ ২০১৯ লৈ অনুষ্ঠিত হব মৰিয়নিত যিটো ARMY RECRUITING OFFICE, JORHAT (ASSAM) জৰিয়তে অনুষ্ঠিত কৰা হৱ।
পদবী সমূহ ৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ তলত দিয়া ধৰণৰ
১.Soldier General Duty (GD):
SSLC / Matric অত aggregate ৪৫% নম্বৰ আৰু ৩৩% নম্বৰ প্ৰতিটো বিষয়তে পোৱা হৱ লাগিব লগতে বয়স ১৭.৫ ৰ পৰা ২১ বছৰ অৰ ভিতৰত হৱ লাগিব।
২.Soldier Technical:
১০+২ উত্তীৰ্ণ হোৱা লগতে science stream ৰ হব লাগিব Physics, Chemistry, Maths আৰু English অত অতি কমেও aggregate ৫০% নম্বৰ পোৱা আৰু প্ৰতিটো বিষয়তে ৪০% নম্বৰ পোৱা হৱ লাগিব। ইয়াৰ বাবে বয়স ১৭.৫ ৰ পৰা ২৩ বছৰ ৰ ভিতৰত হৱ লাগিব ।
৩. Soldier Nursing Assistant:
১০+২ উত্তীৰ্ণ হোৱা লগতে science stream ৰ হব লাগিব Physics, Chemistry, Biology আৰু English অত অতি কমেও aggregate ৫০% নম্বৰ পোৱা আৰু প্ৰতিটো বিষয়তে ৪০% নম্বৰ পোৱা হৱ লাগিব। ইয়াৰ বাবে বয়স ১৭.৫ ৰ পৰা ২৩ বছৰ ৰ ভিতৰত হৱ লাগিব ।
৪.Soldier Tradesman:
১০ম শ্রেণী লৈ/ ITI (Syce, Mess Keeper আৰু House keeper ৰ বাবে ৮ম শ্ৰেণীলৈ পঢ়া)
ইয়াৰ বাবে বয়স ১৭.৫ ৰ পৰা ২৩ বছৰ ৰ ভিতৰত হৱ লাগিব ।
৫.Soldier clerk/ store keeper Technical inventory management :
১০+২ উত্তীৰ্ণ হোৱা যিকোনো stream ৰ পৰা এ হব পাৰে (science, arts, commerce) aggregate ৬০% নম্বৰ আৰু অতি কমেও প্ৰতিটো বিষয়তে ৫০% নম্বৰ পোৱা হৱ লাগিব।
Selection process:
■ Physical fitness test
■Medical Examination
■Common entrance examination (CEE)
অতি প্ৰয়োজনীয় তাৰিখ সমূহ :
◆online application submition- ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৱ ।
◆ online application submition ৰ অন্তিম তাৰিখ হৈছে- ৩১ ডিচেম্বৰ
◆Admit card পাৱ ০৩-০৬ জানুৱাৰী ২০১৯
◆ Rally date: ০২মার্চ ২০১৯ ৰ পৰা ০৯মাৰ্চ ২০১৯ লৈ
◆ Rally ৰ স্থান : Mariani
For Official advertisement
For online apply click the below link
★বন্ধু সকল আপোনালোকে Army Rally ৰ পৰীক্ষাৰ বিষয়ে সবিশেষ আৰু ইয়াৰ প্ৰস্তুতিৰ বাবে তলত দিয়া link ত click কৰি পৰীক্ষাৰ উপযোগী কিতাপ সংগ্ৰহ কৰিব পাৰে
No comments: