নামনি অসমৰ বাবে ভাৰতীয় সেনাত যোগদানৰ সুবিধা Recruitment Rally For lower assam in Abhaypuri, Bongaigaon
বন্ধু সকল
আপোনালোকে জানীব পাই বহুত সুখী হব যে ভাৰতীয় সেনাই খুলি দিছে অসমৰ যুৱ চামৰ বাবে Recruitment Rally যিসকলে বহুত আগৰে পৰা ভাৰতীয় সেনাত যোগ দান কৰিম বুলি ভাবি আছিলে সেই সকলৰ বাবে এইটো বহুত ভাল সুযোগ ।
ভাৰতীয় সেনাৰ (নামনি অসমৰ) ৰেলি ২০১৯:
ভাৰতীয় সেনাই ১৩খন নামনি অসমৰ জিলাৰ বাবে
সেনা ভৰ্তি ৰেলি ৰ ব্যৱস্থা কৰিছে। সেই কেই খন হৈছে
2.কোকৰাঝাৰ,
3.ধুবুৰী,
4.বঙাইগাঁও,
5.চিৰাং
6.গোৱালপাৰা,
7.কামৰূপ(ৰুৰেল),
8.কামৰূ
9.বাক্সা,
10.নলবাৰী,
11.ওদালগু
12.দৰাং,
13.দক্ষিণ শলমাৰা মানকাচাৰ।
এই ভাৰতীয় RECRUITMENT RALLY ৪ ফেব্ৰুৱাৰী পৰা ১৪ ফেব্ৰুৱাৰী ২০১৯ লৈ অনুষ্ঠিত হব বঙাইগাঁও জিলাৰ আছাম পুলিচ গ্ৰাউণ্ড অভয়াপুৰী; যিটো ARMY RECRUITING OFFICE, NARANGI (ASSAM) জৰিয়তে অনুষ্ঠিত কৰা হৱ।
ৰেলী ৰ প্ৰৱেশ পত্ৰ বোৰ ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী লৈ আপোনালোকৰ registered email যোগে প্ৰেৰণ কৰিব
পদবী সমূহ ৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ তলত দিয়া ধৰণৰ :
১.Soldier General Duty (GD):
SSLC / Matric অত aggregate ৪৫% নম্বৰ আৰু ৩৩% নম্বৰ প্ৰতিটো বিষয়তে পোৱা হৱ লাগিব লগতে বয়স ১৭.৫ ৰ পৰা ২১ বছৰ অৰ ভিতৰত হৱ লাগিব।
২.Soldier Technical:
১০+২ উত্তীৰ্ণ হোৱা লগতে science stream ৰ হব লাগিব Physics, Chemistry, Maths আৰু English অত অতি কমেও ৫০% নম্বৰ পোৱা আৰু প্ৰতিটো বিষয়তে ৪০% নম্বৰ পোৱা হৱ লাগিব। ইয়াৰ বাবে বয়স ১৭.৫ ৰ পৰা ২৩ বছৰ ৰ ভিতৰত হৱ লাগিব ।
৩. Soldier Nursing Assistantant:
১০+২ উত্তীৰ্ণ হোৱা লগতে science stream ৰ হব লাগিব Physics, Chemistry, Biology আৰু English অত অতি কমেও aggregate ৫০% নম্বৰ পোৱা আৰু প্ৰতিটো বিষয়তে ৪০% নম্বৰ পোৱা হৱ লাগিব। ইয়াৰ বাবে বয়স ১৭.৫ ৰ পৰা ২৩ বছৰ ৰ ভিতৰত হৱ লাগিব ।
৪.Soldier Tradesman:
১০ম শ্রেণী লৈ/ ITI (Syce, Mess Keeper আৰু House keeper ৰ বাবে ৮ম শ্ৰেণীলৈ পঢ়া)
ইয়াৰ বাবে বয়স ১৭.৫ ৰ পৰা ২৩ বছৰ ৰ ভিতৰত হৱ লাগিব ।
৫.Soldier clerk/ store keeper Technical inventory management :
১০+২ উত্তীৰ্ণ হোৱা যিকোনো stream ৰ পৰা এ হব পাৰে (science, arts, commerce) aggregate ৬০% নম্বৰ আৰু অতি কমেও প্ৰতিটো বিষয়তে ৫০% নম্বৰ পোৱা হৱ লাগিব।
Selection process:
■ Physical fitness test
■Medical Examination
■Common entrance examination (CEE)
অতি প্ৰয়োজনীয় তাৰিখ সমূহ:
◆online application submission ২১ নৱেম্বৰ পৰা আৰম্ভ হৱ।
◆ইয়াৰ অন্তিম তাৰিখ হৈছে ৩১ ডিচেম্বৰ
Admit card পাৱ ৮ -১০ জানুৱাৰী
◆ Rally date: ৪ ফেব্ৰুৱাৰী ২০১৯ ৰ পৰা ১৪ ফেব্ৰুৱাৰী ২০১৯ লৈ
◆ Rally ৰ স্থান : 8 Assam Police Ground ABHAYPURI , Dist Bongaigaon (Assam)
For Official advertisement
For online apply
CLICK HERE
★বন্ধু সকল আপোনালোকে Army Rally ৰ পৰীক্ষাৰ বিষয়ে সবিশেষ আৰু ইয়াৰ প্ৰস্তুতিৰ বাবে তলত দিয়া link ত click কৰি পৰীক্ষাৰ উপযোগী কিতাপ সংগ্ৰহ কৰিব পাৰে
CLICK HERE
★বন্ধু সকল আপোনালোকে Army Rally ৰ পৰীক্ষাৰ বিষয়ে সবিশেষ আৰু ইয়াৰ প্ৰস্তুতিৰ বাবে তলত দিয়া link ত click কৰি পৰীক্ষাৰ উপযোগী কিতাপ সংগ্ৰহ কৰিব পাৰে
CLICK HERE
No comments: